মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service

চিকিৎসা প্ৰতিষ্ঠান আইন ২০১০

চিকিৎসা প্ৰতিষ্ঠান(পঞ্জীয়ন আৰু পৰিচালন)আইন,২০১০

দেশৰ চিকিৎসা প্ৰতিষ্ঠানৰ পঞ্জীয়ন আৰু পৰিচালন আৰু ইয়াৰ লগত সম্পৰ্কীত বিষয় বা ঘটনাক্ৰমৰ কাৰণে এখন আইনৰ ব্যৱস্থা কৰা হৈছে।

যিহেতু,চিকিৎসা প্ৰতিষ্ঠানৰ পঞ্জীয়ন আৰু পৰিচালনৰ কাৰণে ইয়াক এটা সুবিধাজনক ব্যৱস্থা হিছাপে বিবেচনা কৰা হৈছে সেৱা আৰু সা-সুবিধাৰ নিৰ্ধাৰিত নূন্যতম মানত যিটো তেওঁলোকৰ দ্বাৰা ব্যৱস্থা কৰিব পৰা যাতে সংবিধানৰ ধাৰা ৪৭ ৰ নিৰ্দেশ মৰ্মে জনস্বাস্থ্যত উন্নতি লাভ কৰিব পাৰি।

Downloads
TitleSizeDetail
চিকিৎসা প্ৰতিষ্ঠান (পঞ্জীয়ন আৰু পৰিচালন) আইন ২০১০4.01 MBswf-image
চিকিৎসা প্ৰতিষ্ঠান আইনৰ কাৰ্য্যকৰীকৰণ72.08 KBswf-image
চিকিৎসা প্ৰতিষ্ঠানৰ অধীনত পঞ্জীয়নৰ কাৰণে সাধাৰণ তথ্য44.43 KBswf-image