মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Health Service

ৰাষ্ট্ৰীয় মৌখিক স্বাস্থ্য কৰ্মসূচী

  • কৰ্মসূচীত অৰ্ন্তভূক্ত কৰা হৈছিল পি আই পি ২৬-০৫-২০১৪ ত।

    অসমৰ জিলা নিৰ্বাচন কৰা হৈছিল বৰপেটা আৰু কামৰূপ।

    কাম-কাজ:

    • আই ই চি
    • বি চি চি
     

    এই কাম কাজ কৰা হয় মুখৰ শব্দৰে,বহিঃ বিভাগ আৰু গ্ৰাম্য বহিঃ বিভাগৰ কাম কাজ কৰা হয় জনপ্ৰচাৰ আৰু বৈদ্যুতিক মাধ্যমৰ জৰিয়তে।

    প্ৰশিক্ষণ:

    কেন্দ্ৰৰ দ্বাৰা প্ৰশিক্ষণ এলেকাৰ উন্নত কৰা হ`ব দন্ত্য শিক্ষা আৰু গৱেষণাৰ (চি ডি ই আৰ) এইমছ্ নতুন দিল্লীৰ কাৰণে যিটো ঘোষণা কৰা হৈছে মৌখিক স্বাস্থ্যৰ কাৰণে ৰাষ্ট্ৰীয় উৎকৃষ্ট কেন্দ্ৰ। অসমৰ ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষকৰ কাৰণে এইমছ্ত টি ও টি পৰিচালনা কৰা হ`ব। আঞ্চলিক দন্ত্য মহাবিদ্যালয়ৰ পৰা দুজন তেনেকুৱা প্ৰশিক্ষকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব কামৰূপ আৰু বৰপেটা জিলাৰ পৰা ২ জন জিলা পৰ্য্যায়ৰ প্ৰশিক্ষকক। জিলা পৰ্য্যায়ৰ সকলোবোৰ স্বাস্থ্য যতন কৰ্মচাৰীৰ প্ৰশিক্ষণত এই কেইজন প্ৰশিক্ষকে অংশ ল`ব। আন বৰ্তি থকা স্বাস্থ্য যতন সুবিধা আৰু সংস্থাবোৰৰ লগত ৰাষ্ট্ৰীয় মৌখিক স্বাস্থ্য কৰ্মসূচীৰ যোগাযোগ থাকিব।

    বিত্তীয় সমৰ্থন

    এখন জিলাৰ দন্ত্য গোটক আহিলা-পাতি, মানৱ শক্তিৰে সহায় সমৰ্থন কৰা হ`ব। গোটৰ খৰচ যুগুটাই উলিওৱা হৈছে (সা-সজুলিৰ বাবদ প্ৰতিটো গোটক দিয়া হ`ব ৭ লাখ টকা আৰু মানৱ শক্তি আৰু উপভোগ্যৰ বাবদ ১৩.৪ লাখ প্ৰতি বছৰত)