দেশৰ চিকিৎসা প্ৰতিষ্ঠানৰ পঞ্জীয়ন আৰু পৰিচালন আৰু ইয়াৰ লগত সম্পৰ্কীত বিষয় বা ঘটনাক্ৰমৰ কাৰণে এখন আইনৰ ব্যৱস্থা কৰা হৈছে।
যিহেতু,চিকিৎসা প্ৰতিষ্ঠানৰ পঞ্জীয়ন আৰু পৰিচালনৰ কাৰণে ইয়াক এটা সুবিধাজনক ব্যৱস্থা হিছাপে বিবেচনা কৰা হৈছে সেৱা আৰু সা-সুবিধাৰ নিৰ্ধাৰিত নূন্যতম মানত যিটো তেওঁলোকৰ দ্বাৰা ব্যৱস্থা কৰিব পৰা যাতে সংবিধানৰ ধাৰা ৪৭ ৰ নিৰ্দেশ মৰ্মে জনস্বাস্থ্যত উন্নতি লাভ কৰিব পাৰি।
Title | Size | Detail |
---|---|---|
চিকিৎসা প্ৰতিষ্ঠান (পঞ্জীয়ন আৰু পৰিচালন) আইন ২০১০ | 4.01 MB | |
চিকিৎসা প্ৰতিষ্ঠান আইনৰ কাৰ্য্যকৰীকৰণ | 72.08 KB | |
চিকিৎসা প্ৰতিষ্ঠানৰ অধীনত পঞ্জীয়নৰ কাৰণে সাধাৰণ তথ্য | 44.43 KB |