মেলেৰিয়া : অৱনমিত ( এ পি আই- বছৰেকীয়া পৰোপজীৱী সংঘটন ০.৪৩) এল এল আই এন ৭,৯১,৫৫৬ বিতৰণ কৰা হয়, ২৮, ৫৮, ১২২ এল এল আই এন পাইপ লাইনত আছে।
জাপানিজ এনকেফেলাইটিছ: ৪ তৰপীয়া আই চি ইউ তিনিখন জিলাত স্থাপন কৰা হৈছে যেনে উত্তৰ লখিমপুৰ, শিৱসাগৰ, গোলাঘাট জিলা। সকলো জিলা হস্পিতেলত পৰীক্ষণৰ সা-সঁজুলি আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।
ডেংগু: সকলো জিলা হস্পিতেলত সা-সঁজুলি আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ডেংগু প্ৰভাৱিত লোকৰ কাৰণে।
বস্তুনিষ্ঠ লক্ষ্য: বছৰেকীয়া মেলেৰিয়া ঘটনা ৰাষ্ট্ৰীয় পৰ্য্যায়ত ১০০০ৰ ভিতৰত ১ জনতকৈও কম কৰাৰ লক্ষ্য লোৱা হৈছে ২০১৭ চনৰ ভতৰত আৰু ইয়াক নিৰীক্ষণ কৰা হ`ব জিলা পৰ্য্যায়ত।
লক্ষ্য: ওপৰত উল্লেখ কৰা উদ্দেশ্যক অসমত সিদ্ধিলাভ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। ২০১৫ চনৰ কাৰণে লোৱা বস্তুগত লক্ষ্যবোৰ ৰখা হৈছিল তলত দিয়া ধৰণে।
বছৰেকীয়া ৰক্ত পৰীক্ষাৰ হাৰ (এ বি ই আৰ) : ১৫: 15
বছৰেকীয়া বীজাণুবাহক ৰোগৰ ঘটনা ( এ পি আই) ০.৪০: 0.40
সূচক | বৰ্ষ | লক্ষ্য | সাফল্য | |
---|---|---|---|---|
এ বি ই আৰ | ২০০৮ | ১০ | ৮.৬২ | |
২০০৯ | ১০ | ৯.৬৬ | ||
২০১০ | ১২.৭৮ | ১৩.৭৫ | ||
২০১১ | ১৫.৯ | ১৩.৫ | ||
২০১২ | ১৩.৭ | ১২.২ | ||
২০১৩ | ১৩.৭ | ১১.৮২ | ||
২০১৪ | ১০.২৫ | ১১.০৮ | ||
২০০৮ | <২ | ২.৭৫ | ||
এ পি আই | ২০০৯ | <২ | ২.৯২ | |
২০১০ | <১.৬৬ | ২.১১ | ||
২০১১ | <১.৬৬ | ১.৮০ | ||
২০১২ | ১.৭১ | ০.৯২ | ||
২০১৩ | ১.৭ | ০.৫৯ | ||
২০১৪ | ০.২৮ | ০.৪৩ |
বৰ্ষ | মেলেৰিয়া চিনাক্ত কৰণৰ কাৰণে ৰক্ত পৰীক্ষণ | মেলেৰিয়াৰ কেচৰ সংখ্যা | পি এফ কেচৰ সংখ্যা | এ বি ই আৰ (বাৰ্ষিক ৰক্ত পৰীক্ষণৰ হাৰ) | এ পি আই (বাৰ্ষিক পেৰাচাইট জনিত ঘটনা) | মৃত্যু |
---|---|---|---|---|---|---|
২০১০ | ৪২০১৮৭৯ | ৬৬২৯৩ | ৪৮৩৩০ | ১৩.৭৫ | ২.১১ | ৩৬ |
২০১১ | ৪১৩০২১৬ | ৪৭২৯৭ | ৩৪৭০৭ | ১৩.৫ | ১.৮০ | ৪৫ |
২০১২ | ৪১৪৯৩৯৪ | ৩০৯৪০ | ২০৬১৫ | ১২.২৫ | ০.৯২ | ১৩ |
২০১৩ | ৩৮৯৫৩৩০ | ১৯৫৪২ | ১৪৯৬৯ | ১১.৮২ | ০.৫৯ | ৭ |
২০১৪ | ৩৬৮৪০৬৮ | ১৪৫৪০ | ১১২১০ | ১১.০৮ | ০.৪৩ | ১১ |
২০১৫ (১৮ চেপ্তেম্বৰৰ লৈকে) | ২০৩৮২৫৩ | ৭৭৫৪ | ৬৪৮৯ | ৪ |
বৰ্ষ | ডেংগু পজিটিভৰ সংখ্যা | মৃত্যু |
---|---|---|
২০০৯ | ০ | ০ |
২০১০ | ২৩৭ | ২ |
২০১১ | ০ | ০ |
২০১২ | ৯৬৬ | ৫ |
২০১৩ | ৪৫২৬ | ২ |
২০১৪ | ৮৫ | ০ |
২০১৫ (১৮ চেপ্তেম্বৰৰ লৈকে) | ৯২ | ১ |
২০১১ চন : মেডিকেল কলেজ সহ ৭ খন প্ৰহৰী হস্পিতেলে কাম কৰি আছে।
২০১২ চন : দুখন মেডিকেল কলেজ সজ্জিত কৰা হৈ আছে প্ৰহৰী দিশৰ পৰীক্ষাগাৰৰ কাৰণে।
২০১৩ চন : ১৩ খন প্ৰহৰী পৰীক্ষাগাৰে কাম কৰি আছে।
২০১৪ চন : ২৭ খন প্ৰহৰী পৰীক্ষাগাৰে কাম কৰি আছে।
কোনো চিকুনগুনিয়াৰ কেছ ৰাজ্যত ধৰা পৰা নাছিল ২০১০,২০১১,২০১২লৈ। ২০১৩ চনত মুঠ ৭৮ জন চিকুনগুনিয়া কেছৰ লক্ষণ ধৰা পেলোৱা হৈছিল জি এম চি হস্পিতেলত ডেংগু নিগেটিভ তেজৰ নমুনা পৰীক্ষা কৰাৰ পাছত।
বৰ্ষ | এ ই ইছ | জে ই এছ | |||
---|---|---|---|---|---|
বিষয়সমূহ | মৃত্যু | বিষয়সমূহ | মৃত্যু | চি এফ আৰ | |
২০০৮ | ৩১৯ | ১০০ | ১৫৭ | ৩৩ | ২১.০১ |
২০০৯ | ৬৪৩ | ১০৯ | ২১৮ | ৪৬ | ২১.১০ |
২০১০ | ৪৯৫ | ১১৭ | ১৫৫ | ৪১ | ২৬.৬২ |
২০১১ | ১৪৯১ | ২৮০ | ৫৪৩ | ১১৫ | ২১.১৭ |
২০১২ | ১৩৮৭ | ২৫৪ | ৪৮৮ | ১০৭ | ২১.৯২ |
২০১৩ | ১৩১১ | ২৮৬ | ৫০২ | ১৩৪ | ২৬.৬৯ |
২০১৪ | ২১৯৪ | ৩৬০ | ৭৬১ | ১৬৫ | ২১.৬৮ |
২০১৫ (১৮ চেপ্তেম্বৰৰ লৈকে) | ১২৪৩ | ২৬০ | ৫৮২ | ১৩৪ |
২০১১ : ৭ নম্বৰ কৰ্মসূচী সম্পূৰ্ণ।
২০১২ : ২ টা নতুন প্ৰহৰী নিৰীক্ষণ পৰীক্ষাগাৰ চিনাক্ত কৰা হয় শক্তিশালী কৰাৰ বাবে।
২০১৩ : ১৩ টা প্ৰহৰী নিৰীক্ষণ ক্ষেত্ৰ পৰীক্ষাগাৰে ২০১৩ চনত কাম কৰি আছিল।
২০১৪ : ২৮ টা প্ৰহৰী নিৰীক্ষণ ক্ষেত্ৰ পৰীক্ষাগাৰে কাম কৰি আছে।
২০১৫ : পি আই চি ইউ : (১) নিৰ্মাণ সম্পূৰ্ণ কৰা হয় শিৱসাগৰ, গোলাঘাট আৰু লখিমপুৰত।
(২) মানৱ শক্তি নিযুক্ত আৰু কৰ্য্যকৰীতা।
২০১৪ চনত জে ই প্ৰাপ্তবয়স্কৰ টিকাকৰণ ৯ খন জিলাত সম্পূৰ্ণ কৰা হয়। ২০১৫ চনত জে ই প্ৰাপ্তবয়স্ক টিকাকৰণ সম্পূৰ্ণ কৰা হয় ৩ খন জিলাত।
এম ডি এ কাৰ্য্য আৰু এম এফ %
ফলাৰিয়েল প্ৰভাৱিত জিলাত এম ডি এ % আৰু এম এফ %
Year | MDA Coverage | MF % | No. of District covered. |
---|---|---|---|
2009 | Not done MDA | 0.76 | 7 |
2010 | 84.99 | 0.75 | 7 |
2011 | 81.25 | 0.43 | 7 |
2012 | 84.05 | 0.33 | 7 |
2013 | 83.05 | 0.21 | 4 |
2014 | 90.05 | 0.11 | 2 |
উদ্দেশ্য: ২০১৫ চনৰ ভিতৰত দেশৰ পৰা ক`লা জ্বৰ সমাপ্ত কৰাত সাফল্য লাভ।
লক্ষ্য: খণ্ড পৰ্য্যায়ত ২০১৫ চনৰ ভিতৰত ১০,০০০ জন জনসংখ্যাৰ মাজত বছৰেকীয়া ক`লা জ্বৰৰ ঘটনা এজনতকৈও কম কৰা।
কিছুমান জিলাত তিনি দশকৰ বিৰতিৰ পাছত ২০০৮ ত ক`লা জ্বৰৰ ঘটনাৰ চিনাক্ত কৰা হয়। ২০০৯ ৰ পৰা ২০১৩ চনলৈ কামৰূপ জিলাৰ এখন পি এইচ চি ত ক`লা জ্বৰ কেছ ধৰা পৰে (সোণাপুৰত)
বৰ্ষ | এম ডি এ কভাৰেজ | এম এফ% | সামৰি লোৱা জিলাৰ সংখ্যা |
---|---|---|---|
২০০৯ | অসম্পূৰ্ণ এম ডি এ | ০.৭৬ | ৭ |
২০১০ | ৮৪.৯৯ | ০.৭৬ | ৭ |
২০১১ | ৮১.২৫ | ০.৪৩ | ৭ |
২০১২ | ৮৪.০৫ | ০.৩৩ | ৭ |
২০১৩ | ৮৩.০৫ | ০.২১ | ৪ |
২০১৪ | ৯০.০৫ | ০.১১ | ২ |
বৰ্ষ | ক`লা জ্বৰৰ সংখ্যা | মৃত্যুৰ সংখ্যা |
---|---|---|
২০০৮ | ৯৮ | ০ |
২০০৯ | ২৫ | ০ |
২০১০ | ১২ | ০ |
২০১১ | ৭ | ০ |
২০১২ | ৬ | ০ |
২০১৩ | ৩ | ০ |
২০১৪ | ১ | ০ |
২০১৫ | ১ | ০ |
বৰ্ষ | অসম চৰকাৰ | ভাৰত চৰকাৰ |
---|---|---|
২০১০-১১ | ১৮.৭৫ | ১০.১০ |
২০১১-১২ | ৭.৫০ | ০ |
২০১২-১৩ | ৭.০৫ | ০ |
২০১৩-১৪ | ৭.৫০ | ০ |
২০১৪-১৫ | ৭.৫০ | ০ |
মুঠ | ৪৮.৭৫ | ১০.১০ |
২০১৪-১৫ | ||
আৰ ও পি অনুমোদন | প্ৰাপ্ত পুঁজি | ব্যয় |
৩৬১৮.৪৫ | ১৬২৬.৮০ | ৬৯৬.০২ |
২০১৫-১৬ | ||
আৰ ও পি অনুমোদন | প্ৰাপ্ত পুঁজি | ব্যয় |
২৩৯৯.৪৫ | ৮১৩.৫০ | ৩৭৯.৭৫ |