ৰাষ্ট্ৰীয় কুষ্ঠ নিৰ্মূল কাৰ্য্যসূচী ( এন এল ই পি )এটা কেন্দ্ৰীয় সাহাৰ্য্যত কাম কৰা স্বাস্থ্য আঁচনি আৰু ইয়াক কাৰ্য্যকৰী কৰা হয় মুখ্য লক্ষ্যৰে বেমাৰৰ বোজা কম কৰা, অক্ষমতা প্ৰতিৰোধ কৰা, কুষ্ঠ সম্বন্ধে আৰু ইয়াৰ উপশমতাৰ বিষয়ে জন সজাগতা বৃদ্ধি কৰা। বহুমুখী ঔষধৰ দ্বাৰা ৰোগ-চিকিৎসা (এম ডি টি) এটা গুৰুত্বপূৰ্ণ আহিলা কুষ্ঠৰোগত ভূগি থকা সকলৰ কষ্ট আৰু যাতনাৰ পৰিমাণ কম কৰিবলৈ। উন্নত সেৱা সংহত প্ৰচেষ্টাৰে লোৱা সাধাৰণ স্বাস্থ্য যতন সেৱাবোৰ তলত উল্লেখ কৰা হ`ল যিবোৰ কুষ্ঠ সেৱাৰ যোগান ধৰা হয় চৰকাৰী হস্পিতেল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু আন স্বাস্থ্য যতন প্ৰতিষ্ঠানে এম ডি টি ৰ সহায়ত বিনামূলীয়া সেৱা আগবঢ়াই আহিছে। চিকিৎসাৰ বাবে পৰীক্ষাবোৰো কৰা হয় বিনামূলীয়াকৈ আৰু এম ডি টি ৰ সৈতে।
যদিও অসমে নিৰ্মূল কৰাৰ পৰ্য্যায় পাইছে, এক বৃহৎ পৰিমাণৰ কুষ্ঠ বেমাৰী প্ৰতিবছৰে চিনাক্ত কৰাও হৈ আছে।
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ( পি এইচ চি এছ), সমূহিক স্বাস্থ্য কেন্দ্ৰ ( চি এইচ চি এছ)ত নিৰৱচ্ছিন্ন নিৰীক্ষণ আৰু পৰিদৰ্শন।
ক্ৰ: নং | এন এল ই পি কৰ্মসূচী নিৰ্দেশক | ২০১২-১৩ | ২০১৩-১৪ | ২০১৪-১৫ | ২০১৫-১৬ (আগষ্ট ১৫) |
---|---|---|---|---|---|
১ | চিনাক্ত কৰা নতুন কুষ্ঠ ৰোগীৰ সংখ্যা (এ এন চি ডি আৰ/১ লাখ জনসংখ্যা) | ১১৪৭ নং. (৩.৫৭) | ১০৪৮ নং. (৩.২১) | ৮৫৬ নং. (২.৫৮) | ৩৪৫ নং. |
২ | নতুন পি বি কুষ্ঠ ৰোগী | ২৪৬ নং. | ২১৬ নং | ১৯৭ নং | ৭৩ নং |
৩ | নতুন এম বি কুষ্ঠ ৰোগী | ৭৯৫ নং | ৭৩৫ নং | ৬৫৯ নং | ২৭২নং |
৪ | নতুন শিশু কুষ্ঠ ৰোগী | ১০৬ নং | ৯৭ নং | ৬০ নং | ৩০ নং |
৫ | বছৰৰ শেষৰ প্ৰতিবেদন অনুযায়ী কুষ্ঠ ৰোগ (পি আৰ /১০,০০০ জনসংখ্যা) | ১১৩১ নং (০.৩৫) | ৯৬৫ নং (০.৩০) | ৮৫৮ নং (০.২৬) | পি. আৰ = ০.২৪ (১৫ জুন লৈ) |
৬ | নতুন কুষ্ঠ ৰোগৰ মাজত গ্ৰেড-১ অক্ষ্যমতা | ১১৪ নং | ৯৩ নং | ৮৭ নং | ৪৪ নং |
৭ | নতুন কুষ্ঠ ৰোগৰ মাজত গ্ৰেড-২ অক্ষ্যমতা | ৭৬ নং | ৮০ নং | ১১৫ নং | ৩৭ নং |
৮ | চিকিৎসা সম্পূৰ্ণৰ হাৰ | ৮৭.৭২ | ৮২.১৬ | ৮১.১৮ | গণনা পৰৰ্ৱতী বিত্তীয় বৰ্ষৰ মে, জুন, মাহৰ গণনা |
৯ | পুনৰ গঠন মূলক চাৰ্জাৰি পৰিচালনা. | ২০ নং | ১৬ নং | ৫২ নং (চৰকাৰ.=১১+এন জি ও=৪১). | ১৩ নং (চৰকাৰ.=১৩+এন জি ও=০). |
১০ | প্ৰতিক্ৰিয়া ক্ষেত্ৰ | ৬৮ নং (পি বি=1 আৰু এম বি= ৬৭) | ১১৪ নং (পি বি=৪ আৰু এম বি= ১১০) | ৮৪ নং(পি বি=২ আৰু এম বি= ৮২) | ২৩ নং (পি বি=০ আৰু এম বি= ২৩) |
১১ | পি বি আৰু এম বি দুয়োটা কুষ্ঠ ৰোগীৰ মাজত বিতাৰিত মুঠ এম চি আৰ যোতা। | ৩৬০ যোৰ | ৫০৯ যোৰ | ২৩১ যোৰ | ২২ যোৰ |
১২ | পি বি আৰু এম বি দুয়োটা কুষ্ঠ ৰোগীৰ মাজত বিতাৰিত মুঠ আত্ম-পৰিচৰ্য্যা কিট। | ২৯ যোৰ | ১৯ যোৰ | ৯৯ যোৰ | ৩০ যোৰ |
ক্ৰ. নং | কাৰ্য্যকলাপ | অনুমোদিত পৰিমাণ (লক্ষ্য টকা) | ২০১৩-১৪ ৰ ব্যয় (লক্ষ্য টকা) |
---|---|---|---|
১ | চুক্তিমূলক সেৱা | ৪২.১২ | ২৩.৩২ |
২ | এ এছ এইচ এ যোগেদি প্ৰদান কৰা সেৱা | ৫.৯৫ | ২.৬৮ |
৩ | কাৰ্য্যালয়ৰ খৰচ আৰু ব্যৱহৃত সামগ্ৰী | ১৯.৩০ | ৬.৯৫ |
৪ | ক্ষমতা নিৰ্মাণ | ১৭.৮২ | ১৩.৯৭ |
৫ | আই.ই.চি. | ২৬.৪৬ | ৮.৮৯ |
৬ | গতিশীলতা সহায়ক | ৪৪.৫০ | ১৯.৪০ |
৭ | অক্ষ্যমতা প্ৰতিৰোধন আৰু চিকিৎসা পুনৰ্বাসন (ডি পি এম আৰ) | ৯.১০ | ৩.৪৯ |
৮ | উচ্চ ৰোগাক্ৰান্ত জিলা সমূহৰ কাৰণে বিশেষ কাৰ্য্যসূচী | ৭.৫০ | ১.৭২ |
৯ | সামগ্ৰী আৰু সৰবৰাহ | ১৮.৩৬ | ৩.৪১ |
১০ | নগৰ অঞ্চলত সেৱা | ১৩.৮৪ | ১.৫৩ |
১১ | যাতায়ত মূল্য (ৰাজ্যিক আৰু জিলা পৰ্য্যয়ত নিয়মিত আৰু চুক্তিভিত্তিক) | ৭.০০ | ৩.৮৩ |
১২ | পৰ্য্যলোচনা সভা | ১.২০ | ০.৩৮ |
১৩ | এন জি ও | ৬.০০ | নাই |
মুঠ (১ পৰা ১৩) | ২১৯.১৫ | ৮৯.৫৭ |
ক্ৰ. নং | সবিশেষ | পৰিমাণ |
---|---|---|
১ | অৰম্ভণিৰ জমা ৰাশি ০১-০৪-২০১৩ | ৭৬,৩১,৯০০.০০ টকা |
২ | ভাৰত চৰকাৰৰ পৰা প্ৰাপ্ত পুঁজি, ২০১৩-১৪ বিত্তীয় বৰ্ষৰ কাৰণে(১৪-০৮-২-২০১৩ ত) | ৫৭,০৯,০০০.০০ টকা |
৩ | ভাৰত চৰকাৰৰ পৰা প্ৰাপ্ত পুঁজি, ২০১৩-১৪ বিত্তীয় বৰ্ষৰ কাৰণে(২৮-০২-২০১৪ ত) | ১৯,৯৫,০০০.০০ টকা |
৪ | এন এইচ এম,অসমৰ পৰা প্ৰাপ্ত ঋণ | ৭,০০,০০০.০০ টকা |
মুঠ | ১৫১,৩৫,৯০০.০০ টকা | |
৫ | খৰচ ২০১৩-১৪ | ৮৯,৫৭,০০০.০০ টকা |
৬ | বাকী থকা ৰাশি ৩১-০৩-২০১৪ লৈ | ৬১,৭৮,৯০০.০০ টকা (ৰাজ্য + জিলা) |
ক্ৰ. নং | সবিশেষ | পৰিমাণ |
---|---|---|
১ | অৰম্ভণিৰ জমা ৰাশি ০১-০৪-২০১৪ | ৪৭,৮৭,৩৪৫ টকা |
২ | ভাৰত চৰকাৰৰ পৰা প্ৰাপ্ত পুঁজি, ২০১৪-১৫ বিত্তীয় বৰ্ষৰ কাৰণে | ভাৰত চৰকাৰৰ পৰা অনুমোদিত ৰাশি ৬৪.৫০ লাখৰ বিপৰীতে এন এইচ এম,অসমৰ পৰা প্ৰাপ্ত ঋণ হিছাবে ৪৮,০০,০০০ টকা |
মুঠ | ৯৫,৮৭,৩৪৫/- | |
৩ | খৰচ ২০১৪-১৫ | ৭৯,৬৭,১০৬/- |
৪ | বাকী থকা ৰাশি ৩১-০৩-২০১৫ লৈ | ১৬,২০,২৩৯/- (ৰাজ্য সদৰ + জিলা) |
ক্ৰ. নং | সবিশেষ | পৰিমাণ |
---|---|---|
১ | ৰাজ্যিক সদৰ কাৰ্য্যালয়. | ৫,২৬,৬৪৯/- |
২ | জিলা | ১০,৯৩,৫৯০/- |
মুঠ | ১৬,২০,২৩৯/- |
ক্ৰ. নং | কাৰ্য্যকলাপ | অনুমোদিত পৰিমাণ (লক্ষ্য টকা) | ২০১৩-১৪ ৰ ব্যয় (লক্ষ্য টকা) |
---|---|---|---|
১ | চুক্তিমূলক সেৱা | ৫৮.৫৬ | ৪২.৪২ |
২ | এ এছ এইচ এৰ যোগেদি প্ৰদান কৰা সেৱা | ৮.৫০ | ২.০৬ |
৩ | কাৰ্য্যালয় সঞ্চালন আৰু ৰক্ষণাবেক্ষণ | ১০.৭০ | ৪.৮৭ |
৪ | ব্যৱহৃত সামগ্ৰী | ৮.৬০ | ০.৪২ |
৫ | ক্ষমতা নিৰ্মাণ | ৩৬.৬৬ | ১.০৮ |
৬ | আই.ই.চি. | ২৭.০০ | ১.৭৪ |
৭ | গতিশীলতা সহায়ক | ৪৪.৫০ | ১৪.৮২ |
৮ | অক্ষ্যমতা প্ৰতিৰোধন আৰু চিকিৎসা পুনৰ্বাসন (ডি পি এম আৰ) | ১৭.৯৯ | ৬.৮২ |
৯ | উচ্চ ৰোগাক্ৰান্ত জিলা সমূহৰ কাৰণে বিশেষ কাৰ্য্যসূচী | ১০.৪০ | ১.২৯ |
১০ | সামগ্ৰী আৰু সৰবৰাহ | ১৮.৩৬ | ১.৩৫ |
১১ | নগৰ অঞ্চলত সেৱা | ১৩.৮৪ | ০.১৩ |
১২ | যাতায়ত মূল্য (ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত নিয়মিত আৰু চুক্তিভিত্তিক) | ২.০০ | ০.৭২ |
১৩ | পৰ্য্যলোচনা সভা | ২.০০ | ০.৩৯ |
১৪ | এন জি ও | ৯.৭৫ | নাই |
১৫ | অন্যান্য( বিশেষ অনুষ্ঠান / প্ৰশিক্ষণ প্ৰয়োজনীয়তা, বঁটা প্ৰদান, ইত্যাদিৰ বাবে নিয়মীয়া কৰ্মচাৰীৰ কাৰণে যাতায়ত মূল্য) | ৫.০০ | ১.৫৪ |
মুঠ (১ ৰ পৰা ১৫) | ২৭৩.৮৬ | ৭৯.৬৫ |
ক্ৰ. নং | কাৰ্য্যকলাপ | কৰ্ম আঁচনিৰ প্ৰস্তাবিত পৰিমাণ ২০১৫-১৬ ত (টকা লাখত) | ব্যয় ২০১৫-১৬ ৰ 2015-16 (জুন, ২০১৫) (টকা লাখত) |
---|---|---|---|
১ | চুক্তিমূলক সেৱা | ৬৪.৪২ | ৭.১৬ |
২ | এ এছ এইচ এৰ যোগেদি প্ৰদান কৰা সেৱা | ৮.৫০ | ০.০৪ |
৩ | কাৰ্য্যালয় সঞ্চালন ৰক্ষণাবেক্ষণ | ১০.৭০ | ০.৬৭ |
৪ | ব্যৱহৃত সামগ্ৰী | ৮.৬০ | ০.০১ |
৫ | ক্ষমতা নিৰ্মাণ | ৪১.৪৬ | |
৬ | আই.ই.চি. | ২৭.০০ | |
৭ | গতিশীলতা সহায়ক | ৪৪.৫০ | ১.৭৬ |
৮ | অক্ষ্যমতা প্ৰতিৰোধন আৰু চিকিৎসা পুনৰ্বাসন (ডি পি এম আৰ) | ৩০.৯৫ | ০.৮৮ |
৯ | উচ্চ ৰোগাক্ৰান্ত জিলা সমূহৰ কাৰণে বিশেষ কাৰ্য্যসূচী | ১০.৪০ | |
১০ | সামগ্ৰী আৰু সৰবৰাহ | ২৩.৮৪ | ০.১৯ |
১১ | নগৰ অঞ্চলত সেৱা | ১৪.৭২ | |
১২ | যাতায়ত মূল্য (ৰাজ্যিক আৰু জিলা পৰ্য্যয়ত নিয়মিত আৰু চুক্তিভিত্তিক) | ৩.০০ | |
১৩ | পৰ্য্যলোচনা সভা | ২.০০ | |
১৪ | এন জি ও | ১১.২৫ | |
১৫ | অন্যান্য( বিশেষ অনুষ্ঠান / প্ৰশিক্ষণ প্ৰয়োজনীয়তা, বঁটা প্ৰদান, ইত্যাদিৰ বাবে নিয়মীয়া কৰ্মচাৰীৰ কাৰণে যাতায়ত মূল্য) | ৫.০০ | ০.০১ |
মুঠ (১ ৰ পৰা ১৫) | ৩০৬.৩৪ | ১০.৭২ |
ক্ৰ. নং | কাৰ্য্যকলাপ | পৰিমাণ |
১ | অৰম্ভণিৰ জমা ৰাশি ০১-০৪-২০১৫ | ১৬.০০ লাখ |
২ | ক)এন এইচ এম অসমৰ পৰা প্ৰাপ্ত পুঁজি, ১৫/০৬/২০১৫ ত | ৯.৫০ লাখ |
খ) ক)এন এইচ এম অসমৰৰ পৰা প্ৰাপ্ত পুঁজি, ঋণ হিচাবে ২৭/০৭/২০১৫ ত | ৩৯.৭০ লাখ | |
মুঠ | ৬৫.২০ লাখ | |
৩ | ব্যয় ২০১৫-১৬ ত (জুন,২০১৫ লৈকে,) | ১০.৭২ লাখ |
৪ | জিলা সমূহত অনুমোদিত ৰাশি ০৪/০৮/২০১৫ ত | ৩৬.২৪ লাখ |
৫ | বাকী থকা ৰাশি ৩০.০৬.২০১৫ | ১৮.২৪ লাখ(ৰাজ্য সদৰ + জিলা) |
Title | Size | Detail |
---|---|---|
এন এল ই পিৰ প্ৰতিবেদন, অসম ২৯.১০.২০১৫ পৰ্য্যন্ত | 1.32 MB |