জন্ম আৰু মৃত্যুৰ গুৰুত্বপূৰ্ণ ঘটনাক নথিভূক্ত আৰু পঞ্জীয়ন কৰা এটা নেৰানেপেৰা, স্থায়ী আৰু বাধ্যতামূলক ব্যৱস্থা।
অসমত জন্ম আৰু মৃত্যু ৰ পঞ্জীয়ন আইন ১৯৬৯ চন আৰু অসমত কাৰ্য্যকী হোৱা ০১/০৪/১৯৭৮ ৰ পূৰ্ব দৰ্শনৰ অধীনত। ১৯৯৯ চনত ভাৰতৰ পঞ্জীয়ক প্ৰধান, নতুন দিল্লী কাৰ্যালয়ৰ অধীনত সংশোধন কৰা হৈছিল আৰু নামাকৰণ কৰা হয় ``জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন আইন ১৯৯৯``।
১৯৬৯ চনৰ ৰাজ্যিক আইন ১৯৯৯ আৰু আৰ বি ডি আইনৰ কাৰ্য্যকৰীকৰণ সংক্ৰান্তত চৰকাৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা সময়ে সময়ে বিভিন্ন জাননী প্ৰকাশ কৰি আহিছে- তাৰ কিছুমান তলত উল্লেখ কৰা হ`ল:
পঞ্জীয়ক:
অধীক্ষক
উপ অধীক্ষক
চিকিৎসালয় আৰু স্বাস্থ্য বিষয়াৰ তত্বাৱধানত
প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ৬৬২/৯৭/পি টি -১/১৬০; তাৰিখ ২৭.০৩.২০০১
তেওঁলোকে জন্ম আৰু মৃত্যুৰ ঘটনাৰ জাননী প্ৰকাশ কৰিব পঞ্জীয়কৰ এলেকাত।
| প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ৬৬২/৯৭ পি টি -১/২৪৬; তাৰিখ ১৭.১১.২০০৬ | |
|---|---|
| সঞ্চালক স্বাস্থ্য আৰু সেৱা, অসম, হেঙেৰাবাৰী, গুৱাহাটী-৭৮১০৩৬ | মুখ্য পঞ্জীয়ক জন্ম আৰু মৃত্যু |
| সঞ্চালক, গ্ৰাম্য উন্নয়ন, অসম | অতিৰিক্ত মুখ্য পঞ্জীয়ক জন্ম আৰু মৃত্যু |
| সঞ্চালক, পৌৰ প্ৰশাসন, অসম | অতিৰিক্ত মুখ্য পঞ্জীয়ক জন্ম আৰু মৃত্যু |
| সকলো জিলা ন্যায়াধীশ সকলো জিলাৰ | জিলা পঞ্জীয়ক জন্ম আৰু মৃত্যু |
| যুটীয়া সঞ্চালক স্বাস্থ্য আৰু সেৱা সকলো জিলাৰ | অতিৰিক্ত জিলা পঞ্জীয়ক জন্ম আৰু মৃত্যু |
| মুখ্য কাৰ্য্যকৰী কৰ্মকৰ্তা জিলা পৰিষদ | অতিৰিক্ত জিলা পঞ্জীয়ক জন্ম আৰু মৃত্যু |
প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ৯২৬/২০০৩/১১৭; তাৰিখ ৩০.০৮.২০০৮, ২০০৬
জিলাসমূহ (১) কাচাৰ (২) হাইলাকান্দি (৩) কৰিমগঞ্জ (৪) ধুবুৰী (৫) গোৱালপাৰা আৰু (৬) বঙাইগাওঁ য`ত গাওঁবুঢ়াবোৰ এ এল আৰ আৰৰ অধীনত নিয়োগ কৰা নহয়।
গাওঁবুঢ়াবোৰ ইতিমধ্যে তথ্য সৰবৰাহকাৰী হিছাপে ৰূপদান কৰা হৈছে।
প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ১৭৪/৯৯/৯৫; তাৰিখ ১৮.০৬.২০১৫
এই প্ৰতিষ্ঠান সমূহে প্ৰ-পত্ৰ নং ৪ ত মৃত্যুৰ কাৰণৰ মেডিকেল প্ৰমাণপত্ৰ প্ৰদান কৰিব জন্ম আৰু মৃত্যুৰ সম্পৰ্কীত পঞ্জীয়কৰ ওচৰলৈ গৈ আইনৰ অধীনত প্ৰয়োজন অনুসাৰে দিয়া মৃত্যুৰ খবৰৰ সময়ত।
| প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ৬৬২/৯৭ পি টি -২/৪৪; তাৰিখ ২২.০৬.২০০৪ | |
|---|---|
| অসম চৰকাৰৰ মুখ্য সচিব | অধ্যক্ষ |
| আয়ুক্ত আৰু সচিব, বিত্তীয় বিভাগ | সদস্য |
| আয়ুক্ত আৰু সচিব, পি বিভাগ | সদস্য |
| আয়ুক্ত আৰু সচিব/সচিব স্বাস্থ্য | সদস্য |
| আয়ুক্ত আৰু সচিব, পি আৰু আৰ ডি বিভাগ | সদস্য |
| আয়ুক্ত আৰু সচিব, সমাজ কল্যাণ বিভাগ | সদস্য |
| আয়ুক্ত আৰু সচিব, নগৰ উন্নয়ন | সদস্য |
| আয়ুক্ত আৰু সচিব, শিক্ষা বিভাগ | সদস্য |
| ভাৰতৰ মহা পঞ্জীয়কৰ প্ৰতিনিধি | সদস্য |
| মুখ্য পঞ্জীয়ক হিছাবে স্বাস্থ্য সেৱাৰ সঞ্চালক | সদস্য- সচিব |
জন্ম আৰু মৃত্যুৰ মুখ্য পঞ্জীয়ক
(ৰাজ্যিক মুখ্য কাৰ্য্যলয়ত স্বাস্থ্য সেৱা অসমৰ সঞ্চালক)
(১৯৬৯ চনৰ জন্ম-মৃত্যু পঞ্জীয়ন আইনৰ কাৰ্য্যকৰীকৰণৰ কাৰণে ৰাজ্যত থকা মুখ্য কাৰ্য্যবাহী কৰ্তৃপক্ষ)
![]()
জন্ম আৰু মৃত্যুৰ জিলা পঞ্জীয়ক
(জিলা মুখ্য কাৰ্য্যলয়ত জিলাৰ উপ আয়ুক্ত)
(১৯৬৯ আইনৰ ব্যৱস্থাসমূহ কাৰ্য্যকৰীকৰণ কৰা আৰু জিলাত পঞ্জীয়কৰ কাম-কাজ তত্বাৱধান কৰাৰ বাবে আৰু এই উদ্দেশ্যে মুখ্য পঞ্জীয়কে জাৰি কৰা আদেশবোৰ চোৱা চিতা কৰা)
![]()
জন্ম আৰু মৃত্যুৰ অতিৰিক্ত জিলা পঞ্জীয়ক
(জিলাৰ যুটীয়া ডি এইচ এছ ৰ কাৰ্য্যালয়ত স্বাস্থ্য সেৱা সম্পৰ্কীত যুটীয়া সঞ্চালক)
(স্থানীয়পঞ্জীয়কৰ অধীনত/তেওঁৰ এক্টিয়াৰ এলেকাত ১৯৬৯ চনৰ আইনৰ ধাৰাবোৰ এই উদ্দেশ্যে মুখ্য পঞ্জীয়ক আৰু জিলা পঞ্জীয়কৰ আদেশ কাৰ্যকৰীকৰণ, নিৰীক্ষণ আৰু পৰিদৰ্শনৰ কাৰণে)
![]()
পঞ্জীয়ক
(পি এইচ চি, চি এইচ ডি, এছ ডি পৌৰ নিগমৰ জন্ম আৰু মৃত্যু স্থানীয় পঞ্জীয়ক)
(তেওঁ এক্টিয়াৰৰ অধীন এলেকাত সংঘটিত হোৱা জন্ম-মৃত্যুৰ পঞ্জীয়নৰ কাৰণে)
![]()
জাননী প্ৰকাশক
(গাওঁ পঞ্চায়তৰ সচিব, আশা কৰ্মী, গাওঁবুঢ়া আৰু এ এন এম)
(স্থানীয় পঞ্জীয়কৰ এলেকাত সংঘটিত হোৱা প্ৰতিটো জন্ম-মৃত্যুৰ প্ৰতিবেদন দাখিল কৰিবলৈ)
ৰাজহুৱা পঞ্জীয়ন ব্যৱস্থা ( চি আৰ এছ) চফ্টৱেৰ প্ৰশিক্ষণ চি আৰ এছ কৰ্মচাৰীৰ মাজত আৰম্ভ কৰা হৈছে টি ও টি নামাকৰণেৰে ২০১৬ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে। একে পৰ্য্যায়ৰ প্ৰশিক্ষণৰ শুভাৰম্ভ হৈছিল সকলোবোৰ জিলা-এলেকাত যেনে- স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, মেডিকেল কলেজ আৰু হস্পিতেল, চিভিল হস্পিতেল, পৌৰ নিগম আৰু সমিতি ইত্যাদি চি আৰ এছ কৰ্মীসকলৰ মাজত।
ক. পঞ্জীয়নকৃত জন্ম আৰু মৃত্যু ( গ্ৰাম্য আৰু নগৰ), ২০১৫
| গ্ৰাম্য | নগৰ | মুঠ | |||||||
|---|---|---|---|---|---|---|---|---|---|
| পুৰুষ | মহিলা | মুঠ | পুৰুষ | মহিলা | মুঠ | পুৰুষ | মহিলা | মুঠ | |
| জন্ম | ৪,২৫,৬২৫ | ৩,৮২,৭৩৪ | ৮,০৮,৩৮৯ | ১,০৮,০০৭ | ৮৯,৩১৫ | ১,৯৭,৩২২ | ৫,৩৩,৬৩২ | ৪,৭২,০৪৯ | ১০,০৫,৬৮১ |
| মৃত্যু | ৫৫,০৩৮ | ২৫,২০৯ | ৮০,২৪৭ | ২৪,৯৩৩ | ১১,৫৯৮ | ৩৬,৫৩১ | ৭৯,৯৭১ | ৩৬,৮০৭ | ১,১৬,৭৭৮ |
খ. পঞ্জীয়নকৃত জন্ম আৰু মৃত্যু (প্ৰতিষ্ঠানিক আৰু নিবাসিক), ২০১৫
| প্ৰতিষ্ঠানিক | নিবাসিক | প্ৰতিষ্ঠানিক জন্ম মৃত্যুৰ % | নিবাসিক জন্ম মৃত্যুৰ % | |
|---|---|---|---|---|
| জন্ম | ৪,৯৬,৪৭৯ | ৫,০১,২০৯ | ৪৯.৩৭ | ৫০.৬৩ |
| মৃত্যু | ৩৩,৯৪৯ | ৮২,৮২৯ | ২৯.০৭ | ৭০.৯৩ |
গ. পঞ্জীয়নকৃত জন্ম আৰু মৃত্যু ২০১৫ ৰ সময় ব্যৱধানত
| নিৰ্দিষ্ট সময় (২১ দিনৰ ভিতৰত ) | ২১-৩০ দিন | ১ মাহৰ পৰা ১ বছৰ | ১ বছৰৰ পিছৰ | বিলম্বিত পঞ্জীয়নৰ বয়স % | |
|---|---|---|---|---|---|
| জন্ম | ৫,০৮,৬৯৬ | ৯১,০৩৩ | ৮৭,০৬১ | ৩,১৮,৮৯০ | ৪৯,৪২ |
| মৃত্যু | ৫৭,২৬১ | ১৮,৬১৫ | ২৯,২২৬ | ১২১,৭২১ | ৫১,০০ |
ঘ. প্ৰসৱজনিত মৃত্যু, শিশু মৃত্যু আৰু মৃত সন্তান প্ৰসৱ,২০১৫
| প্ৰসৱজনিতমৃত্যু, | শিশুমৃত্যু | মৃতসন্তানপ্ৰসৱ |
|---|---|---|
| ৬২০ | ৪০৯৩ | ৫৬৩১ |
ক. পঞ্জীয়নভূক্ত জন্ম আৰু মৃত্যু ( গ্ৰাম্য আৰু নগৰ), ২০১৬
| গ্ৰাম্য | নগৰ | মুঠ | |||||||
|---|---|---|---|---|---|---|---|---|---|
| পুৰুষ | মহিলা | মুঠ | পুৰুষ | মহিলা | মুঠ | পুৰুষ | মহিলা | মুঠ | |
| জন্ম | ২,৯০,৪৮৯ | ২,৫৩,৬৩৩ | ৫,৪৪,১২২ | ৯৯,৫৩২ | ৯৩,১৩১ | ১,৯২,৬৬৩ | ৩,৯০,০২১ | ৩,৪৬,৭৬৪ | ৭,৩৬,৭৮৫ |
| মৃত্যু | ৬০,৪৬৬ | ৩২,৮২৩ | ৯৩,২৮৯ | ২৪,১২৭ | ১৩,৭৪৬ | ৩৭,৮৭৩ | ৮৪,৫৯৩ | ৪৬,৫৬৯ | ১,৩১,১৬২ |
খ. পঞ্জীয়নভূক্ত জন্ম আৰু মৃত্যু (প্ৰতিষ্ঠানিক আৰু নিবাসিক), ২০১৬
| প্ৰতিষ্ঠানিক | নিবাসিক | প্ৰতিষ্ঠানিক জন্ম মূত্যুৰ % | নিবাসিক জন্ম মূত্যুৰ % | |
|---|---|---|---|---|
| জন্ম | ৪,৬২,৮৭৩ | ২,৭৩,৯১২ | ৬২.৮২ | ৩৭.১৮ |
| মৃত্যু | ৩৬,০৭২ | ৯৫,০৯০ | ২৭.৫ | ৭২.৫ |
গ. পঞ্জীয়নভূক্ত জন্ম আৰু মৃত্যুৰ সময়ৰ ব্যৱধান, ২০১৬
| নিৰ্দিষ্ট সময় (২১ দিনৰ ভিতৰত ) | ২১-৩০ দিন | ১ মাহৰ পৰা ১ বছৰ | ১ বছৰৰ পিছৰ | বিলম্বিত পঞ্জীয়নৰ বয়স % | |
|---|---|---|---|---|---|
| জন্ম | ৫,২১,২৪৭ | ৬৯,৯৮২ | ৫৪,২৯৩ | ১,১৮,২৬৩ | ২৯,২৫ |
| মৃত্যু | ৮৩,০৮৮ | ১৯,৯৭০ | ১৮,৬৮৭ | ৯,৪১৭ | ৩৬,৭৭ |
ঘ. প্ৰসৱ জনিত মৃত্যু, শিশু মৃত্যু আৰু মৃত সন্তান প্ৰসৱ,২০১৬
| প্ৰসৱজনিতমৃত্যু, | শিশুমৃত্যু | মৃতসন্তানপ্ৰসৱ |
|---|---|---|
| ৫২৮ | ৪,৪১৮ | ৫১০৫ |