(বিভাগৰ দ্বাৰা নাগৰিকক সেৱা প্ৰদান)
• বিনামূলীয়া ঔষধ/অস্ত্ৰোপচাৰৰ বস্তুবিশেষ/পেচমেকাৰ/হৃদযন্ত্ৰৰ ভাল্ভ।
• কৰ্কট ইত্যাদি ৰোগৰ পৰা জীৱনৰ ভাবুকি থকা বেমাৰীক চৰকাৰী অৰ্থ সাহাৰ্য্য।
• জন্মগত হৃদযন্ত্ৰৰ বেমাৰী শিশুক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা।
• অস্ত্ৰোপচাৰ হাঁহি-ওঁঠ ফটা শিশুৰ বিনামূলীয়া অস্ত্ৰোপচাৰ।
• এন এইচ এম অসমৰ দ্বাৰা মাতৃ আৰু শিশুৰ বাবে বিশেষ চিকিৎসা- মাজনী, মামনি, মৰম আদি আঁচনি।
• নৌকা ক্লিলিক/ভ্ৰাম্যমান মেডিকেল গোট।
• বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ -১০৮, ১০২ আদি।
• অন্ধত্বৰ নিয়ন্ত্ৰণৰ কাৰণে ৰাষ্ট্ৰীয় কৰ্মসূচী।
• ৰাষ্ট্ৰীয় বীজাণুবাহী বেমাৰ নিয়ন্ত্ৰণ কাৰ্য্যসূচী
• বধিৰতা ( এন পি পি চি ডি)ৰ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য্যসূচী।
• ফ্ল`ৰ`ছিচ ( এন পি পি চি এফ)ৰ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য্যসূচী।
• ৰাষ্ট্ৰীয় আয়`ডিন অভাৱ বিসংগতি নিয়ন্ত্ৰণ কৰ্মসূচী ( এন আই ডি ডি চি পি)
• ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্য্যসূচী ( এন টি চি পি)।
• জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন।
• জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ ( অন লাইনৰ সুবিধা আৰম্ভ)।
• ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কৰ্মসূচী(এন এল ই পি)।
• গঠনহীনতাৰ বাবে গঠনমূলক অস্ত্ৰোপচাৰ আৰু ৰোগীক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা।
• ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্য্যসূচী।
• বিনামূলীয়া ঔষধ বিতৰণ।
• মেডিকেল পৰীক্ষা-নিৰীক্ষা।
• পৰামৰ্শ প্ৰদান।