জন্ম আৰু মৃত্যুৰ গুৰুত্বপূৰ্ণ ঘটনাক নথিভূক্ত আৰু পঞ্জীয়ন কৰা এটা নেৰানেপেৰা, স্থায়ী আৰু বাধ্যতামূলক ব্যৱস্থা।
অসমত জন্ম আৰু মৃত্যু ৰ পঞ্জীয়ন আইন ১৯৬৯ চন আৰু অসমত কাৰ্য্যকী হোৱা ০১/০৪/১৯৭৮ ৰ পূৰ্ব দৰ্শনৰ অধীনত। ১৯৯৯ চনত ভাৰতৰ পঞ্জীয়ক প্ৰধান, নতুন দিল্লী কাৰ্যালয়ৰ অধীনত সংশোধন কৰা হৈছিল আৰু নামাকৰণ কৰা হয় ``জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন আইন ১৯৯৯``।
১৯৬৯ চনৰ ৰাজ্যিক আইন ১৯৯৯ আৰু আৰ বি ডি আইনৰ কাৰ্য্যকৰীকৰণ সংক্ৰান্তত চৰকাৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা সময়ে সময়ে বিভিন্ন জাননী প্ৰকাশ কৰি আহিছে- তাৰ কিছুমান তলত উল্লেখ কৰা হ`ল:
পঞ্জীয়ক:
অধীক্ষক
উপ অধীক্ষক
চিকিৎসালয় আৰু স্বাস্থ্য বিষয়াৰ তত্বাৱধানত
প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ৬৬২/৯৭/পি টি -১/১৬০; তাৰিখ ২৭.০৩.২০০১
তেওঁলোকে জন্ম আৰু মৃত্যুৰ ঘটনাৰ জাননী প্ৰকাশ কৰিব পঞ্জীয়কৰ এলেকাত।
প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ৬৬২/৯৭ পি টি -১/২৪৬; তাৰিখ ১৭.১১.২০০৬ | |
---|---|
সঞ্চালক স্বাস্থ্য আৰু সেৱা, অসম, হেঙেৰাবাৰী, গুৱাহাটী-৭৮১০৩৬ | মুখ্য পঞ্জীয়ক জন্ম আৰু মৃত্যু |
সঞ্চালক, গ্ৰাম্য উন্নয়ন, অসম | অতিৰিক্ত মুখ্য পঞ্জীয়ক জন্ম আৰু মৃত্যু |
সঞ্চালক, পৌৰ প্ৰশাসন, অসম | অতিৰিক্ত মুখ্য পঞ্জীয়ক জন্ম আৰু মৃত্যু |
সকলো জিলা ন্যায়াধীশ সকলো জিলাৰ | জিলা পঞ্জীয়ক জন্ম আৰু মৃত্যু |
যুটীয়া সঞ্চালক স্বাস্থ্য আৰু সেৱা সকলো জিলাৰ | অতিৰিক্ত জিলা পঞ্জীয়ক জন্ম আৰু মৃত্যু |
মুখ্য কাৰ্য্যকৰী কৰ্মকৰ্তা জিলা পৰিষদ | অতিৰিক্ত জিলা পঞ্জীয়ক জন্ম আৰু মৃত্যু |
প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ৯২৬/২০০৩/১১৭; তাৰিখ ৩০.০৮.২০০৮, ২০০৬
জিলাসমূহ (১) কাচাৰ (২) হাইলাকান্দি (৩) কৰিমগঞ্জ (৪) ধুবুৰী (৫) গোৱালপাৰা আৰু (৬) বঙাইগাওঁ য`ত গাওঁবুঢ়াবোৰ এ এল আৰ আৰৰ অধীনত নিয়োগ কৰা নহয়।
গাওঁবুঢ়াবোৰ ইতিমধ্যে তথ্য সৰবৰাহকাৰী হিছাপে ৰূপদান কৰা হৈছে।
প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ১৭৪/৯৯/৯৫; তাৰিখ ১৮.০৬.২০১৫
এই প্ৰতিষ্ঠান সমূহে প্ৰ-পত্ৰ নং ৪ ত মৃত্যুৰ কাৰণৰ মেডিকেল প্ৰমাণপত্ৰ প্ৰদান কৰিব জন্ম আৰু মৃত্যুৰ সম্পৰ্কীত পঞ্জীয়কৰ ওচৰলৈ গৈ আইনৰ অধীনত প্ৰয়োজন অনুসাৰে দিয়া মৃত্যুৰ খবৰৰ সময়ত।
প্ৰতিপক্ষৰ জাননী নম্বৰ এইচ এল এ ৬৬২/৯৭ পি টি -২/৪৪; তাৰিখ ২২.০৬.২০০৪ | |
---|---|
অসম চৰকাৰৰ মুখ্য সচিব | অধ্যক্ষ |
আয়ুক্ত আৰু সচিব, বিত্তীয় বিভাগ | সদস্য |
আয়ুক্ত আৰু সচিব, পি বিভাগ | সদস্য |
আয়ুক্ত আৰু সচিব/সচিব স্বাস্থ্য | সদস্য |
আয়ুক্ত আৰু সচিব, পি আৰু আৰ ডি বিভাগ | সদস্য |
আয়ুক্ত আৰু সচিব, সমাজ কল্যাণ বিভাগ | সদস্য |
আয়ুক্ত আৰু সচিব, নগৰ উন্নয়ন | সদস্য |
আয়ুক্ত আৰু সচিব, শিক্ষা বিভাগ | সদস্য |
ভাৰতৰ মহা পঞ্জীয়কৰ প্ৰতিনিধি | সদস্য |
মুখ্য পঞ্জীয়ক হিছাবে স্বাস্থ্য সেৱাৰ সঞ্চালক | সদস্য- সচিব |
জন্ম আৰু মৃত্যুৰ মুখ্য পঞ্জীয়ক
(ৰাজ্যিক মুখ্য কাৰ্য্যলয়ত স্বাস্থ্য সেৱা অসমৰ সঞ্চালক)
(১৯৬৯ চনৰ জন্ম-মৃত্যু পঞ্জীয়ন আইনৰ কাৰ্য্যকৰীকৰণৰ কাৰণে ৰাজ্যত থকা মুখ্য কাৰ্য্যবাহী কৰ্তৃপক্ষ)
জন্ম আৰু মৃত্যুৰ জিলা পঞ্জীয়ক
(জিলা মুখ্য কাৰ্য্যলয়ত জিলাৰ উপ আয়ুক্ত)
(১৯৬৯ আইনৰ ব্যৱস্থাসমূহ কাৰ্য্যকৰীকৰণ কৰা আৰু জিলাত পঞ্জীয়কৰ কাম-কাজ তত্বাৱধান কৰাৰ বাবে আৰু এই উদ্দেশ্যে মুখ্য পঞ্জীয়কে জাৰি কৰা আদেশবোৰ চোৱা চিতা কৰা)
জন্ম আৰু মৃত্যুৰ অতিৰিক্ত জিলা পঞ্জীয়ক
(জিলাৰ যুটীয়া ডি এইচ এছ ৰ কাৰ্য্যালয়ত স্বাস্থ্য সেৱা সম্পৰ্কীত যুটীয়া সঞ্চালক)
(স্থানীয়পঞ্জীয়কৰ অধীনত/তেওঁৰ এক্টিয়াৰ এলেকাত ১৯৬৯ চনৰ আইনৰ ধাৰাবোৰ এই উদ্দেশ্যে মুখ্য পঞ্জীয়ক আৰু জিলা পঞ্জীয়কৰ আদেশ কাৰ্যকৰীকৰণ, নিৰীক্ষণ আৰু পৰিদৰ্শনৰ কাৰণে)
পঞ্জীয়ক
(পি এইচ চি, চি এইচ ডি, এছ ডি পৌৰ নিগমৰ জন্ম আৰু মৃত্যু স্থানীয় পঞ্জীয়ক)
(তেওঁ এক্টিয়াৰৰ অধীন এলেকাত সংঘটিত হোৱা জন্ম-মৃত্যুৰ পঞ্জীয়নৰ কাৰণে)
জাননী প্ৰকাশক
(গাওঁ পঞ্চায়তৰ সচিব, আশা কৰ্মী, গাওঁবুঢ়া আৰু এ এন এম)
(স্থানীয় পঞ্জীয়কৰ এলেকাত সংঘটিত হোৱা প্ৰতিটো জন্ম-মৃত্যুৰ প্ৰতিবেদন দাখিল কৰিবলৈ)
ৰাজহুৱা পঞ্জীয়ন ব্যৱস্থা ( চি আৰ এছ) চফ্টৱেৰ প্ৰশিক্ষণ চি আৰ এছ কৰ্মচাৰীৰ মাজত আৰম্ভ কৰা হৈছে টি ও টি নামাকৰণেৰে ২০১৬ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে। একে পৰ্য্যায়ৰ প্ৰশিক্ষণৰ শুভাৰম্ভ হৈছিল সকলোবোৰ জিলা-এলেকাত যেনে- স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, মেডিকেল কলেজ আৰু হস্পিতেল, চিভিল হস্পিতেল, পৌৰ নিগম আৰু সমিতি ইত্যাদি চি আৰ এছ কৰ্মীসকলৰ মাজত।
ক. পঞ্জীয়নকৃত জন্ম আৰু মৃত্যু ( গ্ৰাম্য আৰু নগৰ), ২০১৫
গ্ৰাম্য | নগৰ | মুঠ | |||||||
---|---|---|---|---|---|---|---|---|---|
পুৰুষ | মহিলা | মুঠ | পুৰুষ | মহিলা | মুঠ | পুৰুষ | মহিলা | মুঠ | |
জন্ম | ৪,২৫,৬২৫ | ৩,৮২,৭৩৪ | ৮,০৮,৩৮৯ | ১,০৮,০০৭ | ৮৯,৩১৫ | ১,৯৭,৩২২ | ৫,৩৩,৬৩২ | ৪,৭২,০৪৯ | ১০,০৫,৬৮১ |
মৃত্যু | ৫৫,০৩৮ | ২৫,২০৯ | ৮০,২৪৭ | ২৪,৯৩৩ | ১১,৫৯৮ | ৩৬,৫৩১ | ৭৯,৯৭১ | ৩৬,৮০৭ | ১,১৬,৭৭৮ |
খ. পঞ্জীয়নকৃত জন্ম আৰু মৃত্যু (প্ৰতিষ্ঠানিক আৰু নিবাসিক), ২০১৫
প্ৰতিষ্ঠানিক | নিবাসিক | প্ৰতিষ্ঠানিক জন্ম মৃত্যুৰ % | নিবাসিক জন্ম মৃত্যুৰ % | |
---|---|---|---|---|
জন্ম | ৪,৯৬,৪৭৯ | ৫,০১,২০৯ | ৪৯.৩৭ | ৫০.৬৩ |
মৃত্যু | ৩৩,৯৪৯ | ৮২,৮২৯ | ২৯.০৭ | ৭০.৯৩ |
গ. পঞ্জীয়নকৃত জন্ম আৰু মৃত্যু ২০১৫ ৰ সময় ব্যৱধানত
নিৰ্দিষ্ট সময় (২১ দিনৰ ভিতৰত ) | ২১-৩০ দিন | ১ মাহৰ পৰা ১ বছৰ | ১ বছৰৰ পিছৰ | বিলম্বিত পঞ্জীয়নৰ বয়স % | |
---|---|---|---|---|---|
জন্ম | ৫,০৮,৬৯৬ | ৯১,০৩৩ | ৮৭,০৬১ | ৩,১৮,৮৯০ | ৪৯,৪২ |
মৃত্যু | ৫৭,২৬১ | ১৮,৬১৫ | ২৯,২২৬ | ১২১,৭২১ | ৫১,০০ |
ঘ. প্ৰসৱজনিত মৃত্যু, শিশু মৃত্যু আৰু মৃত সন্তান প্ৰসৱ,২০১৫
প্ৰসৱজনিতমৃত্যু, | শিশুমৃত্যু | মৃতসন্তানপ্ৰসৱ |
---|---|---|
৬২০ | ৪০৯৩ | ৫৬৩১ |
ক. পঞ্জীয়নভূক্ত জন্ম আৰু মৃত্যু ( গ্ৰাম্য আৰু নগৰ), ২০১৬
গ্ৰাম্য | নগৰ | মুঠ | |||||||
---|---|---|---|---|---|---|---|---|---|
পুৰুষ | মহিলা | মুঠ | পুৰুষ | মহিলা | মুঠ | পুৰুষ | মহিলা | মুঠ | |
জন্ম | ২,৯০,৪৮৯ | ২,৫৩,৬৩৩ | ৫,৪৪,১২২ | ৯৯,৫৩২ | ৯৩,১৩১ | ১,৯২,৬৬৩ | ৩,৯০,০২১ | ৩,৪৬,৭৬৪ | ৭,৩৬,৭৮৫ |
মৃত্যু | ৬০,৪৬৬ | ৩২,৮২৩ | ৯৩,২৮৯ | ২৪,১২৭ | ১৩,৭৪৬ | ৩৭,৮৭৩ | ৮৪,৫৯৩ | ৪৬,৫৬৯ | ১,৩১,১৬২ |
খ. পঞ্জীয়নভূক্ত জন্ম আৰু মৃত্যু (প্ৰতিষ্ঠানিক আৰু নিবাসিক), ২০১৬
প্ৰতিষ্ঠানিক | নিবাসিক | প্ৰতিষ্ঠানিক জন্ম মূত্যুৰ % | নিবাসিক জন্ম মূত্যুৰ % | |
---|---|---|---|---|
জন্ম | ৪,৬২,৮৭৩ | ২,৭৩,৯১২ | ৬২.৮২ | ৩৭.১৮ |
মৃত্যু | ৩৬,০৭২ | ৯৫,০৯০ | ২৭.৫ | ৭২.৫ |
গ. পঞ্জীয়নভূক্ত জন্ম আৰু মৃত্যুৰ সময়ৰ ব্যৱধান, ২০১৬
নিৰ্দিষ্ট সময় (২১ দিনৰ ভিতৰত ) | ২১-৩০ দিন | ১ মাহৰ পৰা ১ বছৰ | ১ বছৰৰ পিছৰ | বিলম্বিত পঞ্জীয়নৰ বয়স % | |
---|---|---|---|---|---|
জন্ম | ৫,২১,২৪৭ | ৬৯,৯৮২ | ৫৪,২৯৩ | ১,১৮,২৬৩ | ২৯,২৫ |
মৃত্যু | ৮৩,০৮৮ | ১৯,৯৭০ | ১৮,৬৮৭ | ৯,৪১৭ | ৩৬,৭৭ |
ঘ. প্ৰসৱ জনিত মৃত্যু, শিশু মৃত্যু আৰু মৃত সন্তান প্ৰসৱ,২০১৬
প্ৰসৱজনিতমৃত্যু, | শিশুমৃত্যু | মৃতসন্তানপ্ৰসৱ |
---|---|---|
৫২৮ | ৪,৪১৮ | ৫১০৫ |